top of page

Forum Posts

Bidisha Das
May 18, 2020
In Writing
‌ ‌‌‌‌‌‌‌মদাৰৰ ৰঙা‌‌ ৰঙত বাট হেৰুওৱা মই যে এজন ‌যাযাবৰী বাৰিষাত ধূলিত উৰি ফুৰা মই যে এটি ধূলিকণা অথবা মই হ'লো খৰালিৰ বিপ্লৱী বানপানী....। নহয়ও, মই ‌এইবোৰ একোৱেই নহয় ‌‌ মোৰ অস্তিত্ব ও‌‌ নাই মোৰ সও্বাও নাই যদি কিবা আছে, আছে মাথোন এখন নীলা আকাশ আৰু পৃথিৱী নামৰ এখন‌ সেউজীয়া পথাৰ য'ত মই পাতনিতেই কৈছোঁ বাট হেৰুওৱা এজন যাযাবৰী....।
অস্তিতৰ সংকটত
 content media
6
0
50

Bidisha Das

Altre azioni
bottom of page