top of page

Forum Posts

Ajoy Das
Jun 06, 2019
In Writing
তেওঁৰ বাবেও নোহোৱা নহয় কথাটো যিদৰে মোৰ বাবে, মাথোঁ ব্যৱধান শব্দৰ ৷ কবিতাত তেজ ঢালিবলৈ ইচ্ছাৰ কলমটিত তেওঁ জোৰ দিব খোজা নাই; ঠিক সেইদৰে ময়ো তেওঁৰ অৱনিশি আকাংক্ষাত প্ৰকাশ ঢালিব খোজা নাই আৱেগৰ ৷ নিটোল স্তব্ধতাৰ ঘাটত জ্ঞাতৰ পৰা অজ্ঞাতলৈ মন্দ্ৰিত বতাহজাকক নিৰবধি বোৱাই নিব দিছোঁ অনিশ্চয়তা প্ৰেমৰ বিমূৰ্ত কোলাহলবোৰ__// _____অজয়
4
0
13

Ajoy Das

Altre azioni
bottom of page